पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील নিয়ন্ত্রণ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

নিয়ন্ত্রণ   বিশেষ্য

अर्थ : কোনো কাম বা ব্যৱসায় আদি নিজৰ অধিকাৰত লোৱা বা নিজৰ তত্ত্বাৱধানত ৰাখি চলোৱা কার্য

उदाहरणे : নিজৰ দেউতাকৰ ব্যৱসায়ৰ ওপৰত ৰামৰ নিয়ন্ত্রণ আছে

अर्थ : কাৰোবাক বাধা দিয়া বা হেঁ্চা প্রয়োগ কৰাৰ কাৰণে কৰা কোনো কাম

उदाहरणे : লʼৰা-ছোৱালীক কিছু পৰিমাণে নিয়ন্ত্রণ কৰাটো জৰুৰী

समानार्थी : অংকুশ, বাধা

चौपाल