अर्थ : যিয়ে কোনো কাম নকৰে
उदाहरणे :
আমাৰ গাঁৱত আপুনি দুই-চাৰি জন নি্ষ্কর্মা বিচাৰি পাব
समानार्थी : অকর্মণ্য ব্যক্তি
अर्थ : অনাহকত ইফালে-সিফালে ঘূৰিফুৰা কার্য
उदाहरणे :
তেওঁ কিবা কাম-বন কৰাৰ পৰিৱর্তে দিনৰ দিনটো নি্ষ্কর্মা হৈ ঘূৰি ফুৰে
समानार्थी : কর্মবিহীন