सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : গছৰ গাৰ পৰা ওলোৱা বা পিচি উলিওৱা তৰল পদার্থ বিশেষ
उदाहरणे : কিছুমান গছৰ ৰস ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়
समानार्थी : মন্দ, ৰস
अर्थ : ভাল গোন্ধ
उदाहरणे : ফুলৰ সুগন্ধই বাগিচাখন আমোলমোলাই আছে
समानार्थी : পৰিমল, সুগন্ধ, সুঘ্রাণ, সুবাস, সুৰভি, সৌগন্ধ, সৌৰভ, সৌৰভ্য
अर्थ : কোনো বস্তু চেপিলে বা পিচিলে ওলোৱা তৰল পদার্থ
उदाहरणे : পদিনাৰ ৰস পেটৰ কাৰণে বৰ ভাল
समानार्थी : অর্ক, আৰক, মূল, ্সাৰ অংশ, ৰস
स्थापित करा