पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील নি্র্বাসন शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

নি্র্বাসন   বিশেষ্য

अर्थ : দেশৰ পৰা বাহিৰ কৰি দিয়া শাস্তি

उदाहरणे : বৃটিছৰ ৰাজত্বকালত স্বাধীনতা যুঁ্জাৰুসকলক শাস্তি হিচাপে নি্র্বাসন দি আন্দামানলৈ পঠোৱা হৈছিল

समानार्थी : দেশত্যাগী হোৱা-, দেশান্তৰী, নি্র্ব্বাসন

अर्थ : কাৰোবাক শাস্তি স্বৰূপে কোনো ঠাই, অঞ্চল আদিৰ পৰা আঁ্তৰাই অন্য কোনো দূৰৱর্তী ঠাইলৈ পঠিওৱা কার্য

उदाहरणे : অজাতি ছোৱালী বিয়া কৰোৱাৰ কাৰণে মঙ্গলুক নিজ জাতিৰ পৰা নি্র্বাসন দিলে

अर्थ : একপ্রকাৰৰ শাস্তি যʼত অপৰাধীক এক নির্দিষ্ট সময়লৈকে একোখন ঠাইত প্রৱেশৰ বাধা আৰোপ কৰা হয়

उदाहरणे : এই চিনেমাখনত নায়কজন নি্র্বাসন দিয়া হয়

चौपाल