अर्थ : যি বস্তুৱে কোনো কথাৰ নি্র্ধাৰণ বা নিশ্চয় কৰে
उदाहरणे :
কম্পাছ দিশ নি্র্ণায়ক যন্ত্র
अर्थ : যি নি্র্ণয় কৰে
उदाहरणे :
নি্র্ণায়কে নিৰপেক্ষ নি্র্ণয় ্প্রদান কৰিব লাগে
समानार्थी : নি্র্ণয় কর্তা
अर्थ : যিজন ব্যক্তিয়ে কোনো কথাৰ সিদ্ধান্ত গ্রহণ কৰে
उदाहरणे :
দণ্ডাধীশ ন্যায়ৰ নি্র্ণায়ক
समानार्थी : নি্র্ধাৰক
अर्थ : কোনো নি্র্ণয় ্লোৱাত সহায়ক হোৱা
उदाहरणे :
এই চিঠিখনে মোকর্দ্্মাটোত নি্র্ণায়ক ভূমিকা লʼব পাৰে