अर्थ : কোনো কথা আদিৰ ্সন্দর্ভত সিদ্ধান্ত লোৱা বা নি্র্ণয় ্কৰা
उदाहरणे :
ককাদেউতাই কাজিয়া নিষ্পত্তি কৰিছে
समानार्थी : সমাধান কৰা
अर्थ : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা
उदाहरणे :
এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা
समानार्थी : কৰা, ঠিক কৰা, শেষ কৰা, সম্পাদন কৰা