अर्थ : যিটো কোনো কামনা বা ইচ্ছা নথকাকৈ কৰা হয়
उदाहरणे :
গীতাত নিষ্কাম কর্ম ্কৰাৰ ওপৰত জোৰ দিয়া দৈছে
अर्थ : যʼত ইচ্ছা নাথাকে
उदाहरणे :
ইচ্ছাহীন লোকৰ জীৱন শান্তিৰে পাৰ হয়
समानार्थी : অকাম, আকাংক্ষাহীন, ইচ্ছাহীন
अर्थ : যʼত কাম বাসনা নাই
उदाहरणे :
স্বামী বিবেকানন্দ কামনাহীন লোক আছিল
समानार्थी : কামনাশূন্য, কামনাহীন, বাসনাহীন, বীতকাম