सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যাক গঢ়ি কোনো আকাৰ দিয়া হয়
उदाहरणे : সীতাই বজাৰৰ পৰা মাটিৰে গঢ়া এটা গণেশৰ মূর্তি কিনিলে
समानार्थी : আকাৰপ্রদত্ত, আৰূপিত, গঢ়া-, সজা-
अर्थ : যিটো ৰচনা কৰা বা বনোৱা হৈছে
उदाहरणे : সোতৰ শতিকাত নির্মিত তাজমহলটো শাহজাহানৰ দান
समानार्थी : কৃত, প্রণীত, বিৰচিত, সৃজিত, সৃষ্ট, ৰচিত
स्थापित करा