पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील নির্দিষ্ট সময় शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

নির্দিষ্ট সময়   বিশেষ্য

अर्थ : কোনো নিয়মিত বা নির্দিষ্ট সময় যাৰ আগতে কোনো কাম হোৱাটো আৱশ্যক

उदाहरणे : এই কামটো কৰাৰ ম্যাদ পাৰ হৈ গʼল

समानार्थी : কালসীমা, খঁতিৰা, ধার্যসময়, নির্ধাৰিত সময়, বন্ধাসময়, মিয়াদ, ম্যাদ, সময়সীমা, ্ধার্য্যসময়

अर्थ : কোনো এক নির্দিষ্ট সময়ৰ পৰা আন এক নির্দিষ্ট সময়লৈকে

उदाहरणे : এই কামটোৰ সময়সীমা বৃদ্ধি কৰিব নোৱাৰি

समानार्थी : খঁতিৰা, ধার্যসময়, নি্র্ধাৰিত সময়, নিৰূপিত সময়, বন্ধাসময়, মিয়াদ, ম্যাদ, সময়সীমা, ্কালসীমা

নির্দিষ্ট সময়   বিশেষণ

अर्थ : পৰিকল্পিত বা সূচীভুক্ত কৰি থোৱা কোনো সময়

उदाहरणे : মই নির্দিষ্ট সময়ত আপোনাক লগ পাম

चौपाल