अर्थ : যিটো সম্পূর্ণ্্ভাৱে নিশ্চিত
उदाहरणे :
ঘৰ কিনাৰ বিষয়ত মই এতিয়াও কোনো সুনিশ্চিত সিদ্ধান্ত লোৱা নাই
समानार्थी : নিশ্চিত, নি্র্ধাৰিত, সঠিক, সুনিশ্চিত
अर्थ : যাৰ নির্দেশ ্কৰা হৈছে
उदाहरणे :
এই নক্সাত তী্র্থ্্স্থানসমূহক গোল চিহ্নৰ দ্বাৰা নির্দেশিত কৰা হৈছে
समानार्थी : নির্দেশিত
अर्थ : যিটো নি্র্ধাৰিত বা নিশ্চিত
उदाहरणे :
মই নিশ্চিত ঠাইত উপস্থিত হʼম
समानार्थी : ঠিক, নিশ্চিত, নি্র্ধাৰিত, নিয়ত, সঠিক