पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील নিযুক্ত কৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

নিযুক্ত কৰা   ক্ৰিয়া

अर्थ : কোনো পদ, মর্যাদা বা বিষয়ৰ বিষয়া হোৱা

उदाहरणे : বিধায়কসকলে যোগীদেৱক ছত্তীশগড়ৰ প্রথম মুখ্যমন্ত্রী নিযুক্ত কৰিলে

समानार्थी : বনোৱা

अर्थ : * কোনো কর্মচ্াৰীক অস্থায়ী কামৰ কাৰণে এজনক আনজনৰ ঠাইত স্থানান্তৰিত কৰা

उदाहरणे : সেনাধ্যক্ষই এগৰাকী বিষয়াক সাগৰৰ পাৰত ডিউটী কৰিবলৈ নিযুক্ত কৰিলে

समानार्थी : পঠোৱা

अर्थ : কামত লগোৱা

उदाहरणे : এই কামৰ কাৰণে তেওঁ ্সাতজন মানুহ নিযুক্ত কৰিলে

समानार्थी : কাম দিয়া, চাকৰি দিয়া

चौपाल