अर्थ : মনে মনে থকা অৱস্থা বা কার্য
उदाहरणे :
শিক্ষকে প্রশ্ন সোধাৰ পিছতে সভাকক্ষত মৌনতা বিৰাজ কৰিলে
समानार्थी : নিৰবতা, নীৰবতা, নীৰৱতা, মৌনতা, শ্্ব্দ নকৰা-
अर्थ : প্রায়ভাগেই মনে মনে থকা বা মনৰ ভাৱবোৰক মনতে ৰাখোতা
उदाहरणे :
তেওঁ নিমাত স্বভাৱৰ পৰা সকলোৱে আমনি পায়
समानार्थी : অল্পভাষী