अर्थ : দূৰ কৰিব পৰা বা দূৰ কৰাওতাজন
उदाहरणे :
তেওঁ বিষৰ পৰা উপশম পাবৰ কাৰণে বিষ নিবাৰক ঔষধ সেৱন কৰি আছে
समानार्थी : নির্মূল্্কাৰী
अर्थ : যিয়ে প্রশমিত বা শান্ত কৰে
उदाहरणे :
এইটো অগ্নি প্রশামিত যন্ত্র
समानार्थी : প্রশামক, শাম কাটোতা
अर्थ : নিবাৰণ কৰা
उदाहरणे :
মেলেৰিয়া ৰোগ বিয়পাৰ আগতেই গাঁৱবোৰত মেলেৰিয়া নিবাৰক ঔষধ বিতৰণ কৰা হৈছে
समानार्थी : ৰোধক