अर्थ : যাৰ হাতত জীৱিকা নি্র্বাহৰ বাবে কোনো কাম-কাজ নাথাকে
उदाहरणे :
দিনে দিনে নিবনুৱাৰ সংখ্যা বাঢ়িবলৈ ধৰিছে
समानार्थी : সংস্থাপনহীন
अर्थ : জীৱিকাৰ কাৰণে মানুহৰ ওচৰত একো কাম নথকা অৱস্থা
उदाहरणे :
দিনে দিনে নিবনুৱাৰ সমস্যা বাঢ়ি গৈ আছে
समानार्थी : বেৰোজগাৰ
अर्थ : যাৰ ওচৰত জীৱন-নি্র্বাহৰ কাৰণে কোনো কাম-বন নাই
उदाहरणे :
বর্ত্্মান বহুত নিবনুৱা যুৱক আছে
समानार्थी : জীৱিকাহীন