सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তুৰ অস্তিত্বৰ সমাপ্তি
उदाहरणे : বিনাশৰ সময়ত বুদ্ধি লোপ পায়
समानार्थी : উচ্ছেদ, ক্ষয়, বিলোপ, লোপ
अर्थ : যাৰ পাত সৰি গৈছে
उदाहरणे : শৰৎকালত বেছিভাগ গছৰ পাতসৰা দেখিবলৈ পোৱা যায়
समानार्थी : নিষ্পত্র, পত্রহীন, পাতসৰা
स्थापित करा