सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : প্রতিটো পল বা সকলো সময়তে
उदाहरणे : আমি সদায় সঁ্চা কথা কোৱা উচিত
समानार्थी : অণুক্ষণ, অহৰহ, ওৰেও, চিৰকাল, নিত, নিতু, নিতে, নিৰন্তৰ, নিৰন্তৰে, নিৰৱধি, প্রতিক্ষণ, প্রতিনিয়ত, বাৰেওকাল, বাৰেওটিকাল, সদা, সদায়, সর্বদ্া
अर्थ : সদায় থাকোতা
उदाहरणे : ঈশ্বৰ শাশ্বত
समानार्थी : অক্ষয়, অচ্যুত, অজৰ-অমৰ, অজৰামৰ, অনন্ত, অনাদি, অন্তহীন, অবিনাশী, অব্যয়, অৱিনশ্বৰ, আৱহমান, কালাতীত, ক্ষয়হীন, চিৰন্তন, চিৰস্থায়ী, ধ্রুৱ, নাশহীন, শাশ্বত, শাশ্বতিক, শাশ্বতী, সনাতন
स्थापित करा