सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিটো স্পর্শ ্ কৰা ঠিক নহয় বা যোগ্য নহয়
उदाहरणे : শিক্ষাহীনতাৰ কাৰণে আজিও গ্রামাঞ্চলত অনুসূচিত জাতি আৰু জনজাতিক অস্পৃশ্য গণ্য কৰা হয়
समानार्थी : অচ্ছুৎ, অস্পৃশ্য, পতিত
अर्थ : যি প্রবল নহয়
उदाहरणे : যত্ন কৰিলে অধমজনো প্রবল হʼব পাৰে মোৰ বুদ্ধি কম
समानार्थी : অধম, অপ্রবল, কম, প্রবলতাহীন, বেয়া, মন্দ
अर्थ : ভালৰ ওলোটা বা বিপৰীত
उदाहरणे : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
समानार्थी : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নীচ, বদ, বেয়া, মন্দ
स्थापित करा