पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील নামঞ্জুৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

নামঞ্জুৰ   বিশেষ্য

अर्थ : কোনো কামত বা কথাত মানা কৰা

उदाहरणे : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ

समानार्थी : নিবাৰণ, নিষেধ, বাধা, বাধা-নিষেধ, বাৰক, মানা, হাক, হাক-বচন

अर्थ : স্বীকাৰ নকৰাৰ ভাব বা কার্য

उदाहरणे : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে

समानार्थी : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, প্রত্যাখান, মানা

अर्थ : কোনো কথা, বস্তু আদিক স্বীকাৰ নকৰা কার্য

उदाहरणे : আপুনি মোৰ এই অনুৰোধ অস্বীকাৰ নকৰিব

समानार्थी : অস্বীকাৰ

নামঞ্জুৰ   বিশেষণ

अर्थ : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই

उदाहरणे : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে

समानार्थी : অননুমোদিত, অস্বীকৃত, খাৰিজ, প্রত্যাখ্যাত

अर्थ : যিয়ে সহমত পোৱা নাই

उदाहरणे : এতিয়াও চৰকাৰে এই আঁচনিখন নামঞ্জুৰ কৰিলে

समानार्थी : অসন্মতি, অস্বীকৃত, সহমতহীন

चौपाल