सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ৰংগমঞ্চত অভিনেতাই কৰা অংগীভংগী, বেশভূষা আৰু কথোপকথন জৰিয়তে কৰা ঘটনাৰ প্রদর্শন
उदाहरणे : গায়নৰ লগতে বাদনো নাট্য ক্ষেত্রত আৱশ্যক
समानार्थी : নাট্য
अर्थ : এবিধ সাহিত্যকৃতি যাক ৰংগমঞ্চত অভিনেতা-অভিনেত্রীৰ অঙ্গী-ভঙ্গী, কথোপকথন আদিৰ দ্বাৰা প্রদর্শিত কৰা হয়
उदाहरणे : তেওঁ লিখা ভালেমান নাটক ৰংগমঞ্চত প্রদর্শিত হৈছে
समानार्थी : নাট, নাটিকা, নাট্য
अर्थ : কাৰোবাক ঠগিবৰ কাৰণে সজা ৰূপ বা কৰা কাম
उदाहरणे : তেওঁ ্বেমাৰ হোৱাৰ ভাও জুৰি আছে
समानार्थी : অভিনয়, ভাও জোৰা
स्थापित करा