पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील নষ্ট কৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

নষ্ট কৰা   বিশেষ্য

अर्थ : কোনো বস্তু আদিক নষ্ট কৰা কার্য

उदाहरणे : পৰমেশ্বৰে শত্রুক ধ্বংস কৰিবৰ বাবে জন্ম লয়

समानार्थी : ধ্বংস কৰা

নষ্ট কৰা   ক্ৰিয়া

अर्थ : উচ্ছন্ন বা নষ্ট হোৱা

उदाहरणे : ৰজাৰ সৈন্যই গাঁওবোৰ উছন কৰিলে

समानार्थी : অনিষ্ট কৰা, উছন কৰা, উছন হোৱা, ছাৰখাৰ কৰা, ধ্বংস কৰা, নাশ কৰা, বিনাশ কৰা

अर्थ : নষ্ট বা নিঃশেষ কৰা

उदाहरणे : ঠাকুৰৰ পুতেকে জুৱাত বহুত টকা নষ্ট কৰিলে

समानार्थी : ডুবোৱা, বৰবাদ কৰা

अर्थ : কোনো বস্তু তৈয়াৰ কৰাৰ সময়ত এনে ধৰণৰ ভুল ত্রুটি হোৱা যাৰ কাৰণে বস্তুটো ভাল নহয় বুলি সকলোৱে মানি লয়

उदाहरणे : দর্জীজনে মোৰ কাপোৰ যোৰ বেয়া কৰিলে

समानार्थी : বেয়া কৰা

अर्थ : ব্যক্তিৰ গুণ আদি নষ্ট কৰা

उदाहरणे : অহংকাৰে মানুহক বর্বাদ কৰে

समानार्थी : খোৱা, বর্বাদ কৰা

चौपाल