पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील নলা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

নলা   বিশেষ্য

अर्थ : পানী বৈ যোৱা সৰু পথ বা সৰু জান

उदाहरणे : জাবৰ-জোথৰ উটি অহাৰ ফলত নর্দম্াৰ মুখখন বন্ধ হৈ গʼল

समानार्थी : নর্দম্া, নলী, লোৰ

अर्थ : গোল-দীঘলীয়া ফোঁপোলা বস্তু

उदाहरणे : তেওঁ ্ পাইপেৰে নাৰিকলৰ পানী খাই আছে

समानार्थी : চুঙা, চুঙী, নল, নলিচা, নলী, পাইপ

अर्थ : জলসিঞ্চন, যাত্রা আদিৰ কাৰণে সৰু নদীৰ নিচিনাকৈ ব্যৱস্থা কৰি লোৱা জলপথ

उदाहरणे : পাহাৰীয়া ঠাইত জান কাটি উলিওৱাটো কঠিন

समानार्थी : জান, লোৰ

अर्थ : বৰষুণৰ পানী বৈ অহা জলপথ

उदाहरणे : একেৰাহে বৰষুণ হোৱাৰ কাৰণে নলাবোৰ ওপচি পৰিছে

समानार्थी : নলা-নর্দ্্মা

अर्थ : যি নলীৰে লেতেৰা পানী আদি বৈ যায়

उदाहरणे : ঘৰৰ নর্দ্্মাৰ পৰা ওলোৱা পানী গৈ বাটত একগোট হʼলে বেমাৰৰ উৎপন্ন হʼব পাৰে

समानार्थी : নর্দ্্মা

अर्थ : যাৰ মাজেদি বৰষুণৰ পানী বা ময়লা যুক্ত পানী বৈ যায়

उदाहरणे : এই নলাটোৰ পানী চহৰৰ দূৰৈৰ এখন নদীত গৈ পৰিছে

समानार्थी : নলা-নর্দ্্মা

चौपाल