पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील নমুনা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

নমুনা   বিশেষ্য

अर्थ : কোনো আদর্শস্বৰূপ ব্যক্তি বা কার্য, ্যাক অনুকৰণ কৰাটো নৈতিকতাৰ ভিতৰত ধৰা হয়

उदाहरणे : ভগৱান ৰামৰ কার্য আধুনিক যুগৰ মানুহৰ কাৰণে এটা ভাল উদাহৰণ

समानार्थी : আর্হি, উদাহৰণ, দৃষ্টান্ত, নজিৰ, নিদ্্র্শন

अर्थ : কোনো বস্তু সজা বা কোনো কাম আদি কৰাৰ আগতে তৈয়াৰ কৰি লোৱা তাৰ এক ৰূপ

उदाहरणे : নতুন মেচিনৰ আর্হি তৈয়াৰ কৰা হৈ গৈছে

समानार्थी : আর্হি, মডেল

अर्थ : কোনো পদার্থ আদিৰ প্রকাৰ, গুণ আদিৰ পৰিচয় কৰোৱাৰ কাৰণে তাৰ পৰা উলিওৱা কিছু অংশ

उदाहरणे : খেতিয়কে শস্যৰ নমুনা মহাজনক দেখুৱালে

अर्थ : যিটো দেখি বা সেই অনুসৰি কিবা কৰা বা বনোৱা হয়

उदाहरणे : বৈজ্ঞানিকসকলে চৰাইৰ নমুনা চাই উৰাজাহাজৰ নি্র্মাণ কৰিছিল

समानार्थी : আর্হি, ডিজাইন

अर्थ : কোনো বিষয়ক স্পষ্টভাৱে কোৱা বা প্রমাণ কৰিবৰ কাৰণে কৰা কোনো জ্ঞাত অন্য বিষয়ৰ উল্লেখ

उदाहरणे : উদাহৰণ দি বুজালে কোনো বিষয় সোনকালে বুজিব পাৰি

समानार्थी : উদাহৰণ, দৃষ্টান্ত

चौपाल