अर्थ : স্ত্রী-সম্ভোগ আৰু সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰুওৱা পুৰুষৰ মাজত হোৱা এক ধৰণৰ ৰোগ
उदाहरणे :
মোহনলাল দুর্ঘ্্টনাৰ পিছত নপুংসকতাৰ বলি হʼল
समानार्थी : পুৰুষত্বহীনতা, পৌৰুষহীনতা
अर्थ : নপুংসক হোৱাৰ অৱস্থা বা ভাব
उदाहरणे :
শিখণ্ডীৰ নপুংসকতা গুণসম্পন্ন আছিল
समानार्थी : ক্লীৱত্ব, পৌৰুষহীনতা