सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিটো এতিয়া সজা, উলিওৱা বা প্রস্তুত কৰা বা প্রকাশিত হৈছে
उदाहरणे : এতিয়া আমি আপোনাক পাব পৰা নতুন বস্তুৰ বিষয়ে খবৰ দিম
समानार्थी : আধুনিক, নবীনতম, নৱ, লেটেষ্ট
अर्थ : যি প্রবীণ নহয়
उदाहरणे : নবীন খেলুৱৈসকলেও ভাল খেল প্রদর্শন কৰিছে
समानार्थी : তৰুণ, নবাগত, নবীন
अर्थ : যিজনে কোনো কাম এইমাত্রহে শিকিছে
उदाहरणे : এই কামটো নতুন মানুহেও কৰিব পাৰে
समानार्थी : অনভ্যস্ত, অপৈণত, অপৰিপক্ক, অসিদ্ধ, নতুন শিকাৰু, নতুনকৈ শিকা, নশিকাৰু, নৱ শিকাৰু
अर्थ : যাৰ আগতে অস্তিত্ব নাই
उदाहरणे : আমি কোনো নতুন কাম কৰিব লাগে
समानार्थी : অভিনৱ, নবীন, নৱ
अर्थ : যিটো বনোৱা, ওলোৱা বা প্রস্তুত কৰা বেছি দিন হোৱা নাই:বৈজ্ঞানিক ক্ষেত্রত ৰবট এক নতুন আৱিষ্কাৰ
उदाहरणे :
समानार्थी : অভিনৱ, ন, নবীন, নব্য, নৱ
स्थापित करा