पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील নটিনী शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

নটিনী   বিশেষ্য

अर्थ : ধন লৈ সম্ভোগ কৰোৱা নাৰী

उदाहरणे : কিছুমান অবোধ ছোৱালীক বলপূর্বকভ্াৱে বেশ্যা বনোৱা হয়

समानार्थी : গণিকা, ডাংকাটী, দেহোপজীৱিনী, ধেমনী, নটী, নষ্টা, নাগৰী, নাটেশৰী, পতিতা, বনৰী, বাৰবণিতা, বাৰবধু, বাৰবিলাসিনী, বাৰাঙ্গনা, বাৰেপৈয়াঁতী, বেশ্যা, ব্যভিচাৰিণী, ভ্রষ্টা, মাগী, স্বৈৰিণী, ৰক্ষিতা, ৰাজহী, ৰাণ্ডী, ৰেণ্ডী

अर्थ : নট জাতিৰ স্ত্রী

उदाहरणे : নট আৰু নটীসকলে গাঁৱে গাঁৱে ঘূৰি খেল-ধেমালি দেখুৱাই ফুৰিছিল

समानार्थी : নটী, নটেশ্বৰী

चौपाल