सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : চোৱা কার্য ্বা ঢং
उदाहरणे : চাৱনি দেখিয়েই আমি বুজিলো যে তেওঁ বহুত খঙত আছে
समानार्थी : চাৱনি, দৃষ্টি
अर्थ : কোনো বস্তু বা ব্যক্তিক নির্দিষ্ট ঠাইৰ পৰা আঁতৰি নাযাবলৈ আৰু চোৱা-চিতা বা ৰক্ষণাবেক্ষণ দিবৰ কাৰণে নিযুক্ত কৰা প্রহৰীৰ কার্য
उदाहरणे : প্রহৰীজনে ক্ষীপ্রতাৰে পহৰা দি আছে
समानार्थी : চকিদাৰি, পহৰা
अर्थ : কোনো ধুনীয়া বা প্রিয় মানুহ বা বস্তুৰ ওপৰত পৰা দৃষ্টি বা বেয়া প্রভাৱ
उदाहरणे : মাকে শিশুটোক মানুহৰ নজৰৰ পৰা বচাবৰ বাবে কপালত কʼলা ফোট দিলে
समानार्थी : কুদৃষ্টি, বেয়া নজৰ
अर्थ : দোষ-গুণৰ সঠিক নি্র্ণয় ্কৰা দৃষ্টি
उदाहरणे : তেওঁৰ ্নজৰ মানিব লাগিব
स्थापित करा