अर्थ : কোনো দেশৰ নিবাসী
उदाहरणे :
ভাৰতত নাগৰিকৰ সুবিধাৰ কাৰণেই পাঁচবছৰীয়া যোজনাবিলাক চলোৱা হʼল
समानार्थी : নাগৰিক
अर्थ : যি নগৰত বাস কৰে বা নগৰত থাকে
उदाहरणे :
গাঁৱলীয়া লোকতকৈ নগৰীয়া লোক বেছি শিক্ষিত
समानार्थी : চহৰীয়া, নগৰ নিবাসী, নগৰীয়া