पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील নক্সা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

নক্সা   বিশেষ্য

अर्थ : ঘৰ,ভৱন আদি সজাৰ পূর্বে ্তাৰ ভূমিৰ ওপৰত সাজিবলৈ লোৱা বেৰ, কোঠা আদি ৰেখাৰ সহায়ত অংকন কৰা চিত্র বিশেষ

उदाहरणे : দেউতাই এই ঘৰটোৰ নক্সা নিজেই তৈয়াৰ কৰি লৈছে

समानार्थी : আর্হি

अर्थ : কোনো কামৰ আকাৰ-প্রকাৰ আদিৰ পৰিচায়ক হোৱাকৈ আনুমানিক পৰিমাপ কৰি বনোৱা এক ধৰণৰ ৰূপ বা কাঠামো

उदाहरणे : যিকোনো কাম আৰম্ভ কৰাৰ পূর্বে ্তাৰ ৰূপৰেখা তৈয়াৰ কৰি লোৱা হয়

समानार्थी : ৰূপৰেখা

चौपाल