अर्थ : কাৰোবাৰ অংগী-ভংগী অথবা কথা বতৰাৰ ভালদৰে কৰা আনুকৰণ
उदाहरणे :
ডাঙৰৰ নকল কৰা ভাল বুলি ধৰা নহয়
अर्थ : কাৰোবাৰ কথা-ব্যৱহাৰ, অংগী-ভংগী আদি ঠিক সেইদৰেই ব্যৱহাৰ কৰা
उदाहरणे :
শ্যামুৱে নিজৰ ককাদেউতাকৰ নকল কৰে
समानार्थी : অনুকৰণ কৰা, অনুসৰণ কৰা