पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील নকল शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

নকল   বিশেষ্য

अर्थ : কোনো শ্্ব্দ, বাক্য, লেখা আদি চাই তাক আক্ষৰিকভাৱে লিখা কার্য

उदाहरणे : শিক্ষকে দুজন পৰীক্ষার্থীক নকল কৰি থাকোঁতে ধৰিলে

अर्थ : লেখা আদিৰ আক্ষৰিক স্বৰূপ

उदाहरणे : পৰীক্ষা প্রমাণ পত্রৰ আৰু এখন প্রতিলিপিৰ কাৰণে বিদ্যালয়ত আবেদন পত্র দিয়া হৈছে

समानार्थी : অনুলিপি, কপি, প্রতিলিপি, প্রতিলেখ

अर्थ : কাৰোবাৰ আদব-কায়দা অথবা কথা বতৰাৰ হুবহু ৰূপত কৰা অনুসৰণ

उदाहरणे : সৰু লʼৰাটোৱে নিজৰ ককাকৰ নকল কৰি আছে

अर्थ : আন কিহবাৰ আকাৰ বা প্রকাৰ অনুসৰি তৈয়াৰ কৰা কোনো বস্তু

उदाहरणे : শিৱসাগৰ জিলাত থকা ৰংঘৰৰ প্রতিকৃতি গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্রত আছে

समानार्थी : অনুকৃতি, প্রতিকৃতি, প্রতিৰূপ

নকল   বিশেষণ

अर्थ : যিটো কেৱল ৰূপ-ৰং, আকাৰ-প্রকাৰ আদিৰ বিচাৰেৰে দেখুওৱা হয়

उदाहरणे : নকলী বস্তুৰ সৌন্দর্যৰ ্প্রভাৱ ক্ষণিকৰ বাবেহে থাকে

समानार्थी : কৃত্রিম, নকলী

अर्थ : যʼত দোষ আছে

उदाहरणे : দোকানীজনে মোক দিয়া ভেজাল নোটখন ঘূৰাই লʼলে

समानार्थी : অবিশুদ্ধ, কৃত্রিম, জাল, নকলী, ভেজাল

चौपाल