सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : আঠৰ লগত এক যোগ কৰিলে পোৱা সংখ্যা
उदाहरणे : পাঁচ আৰু চাৰি মিলি ন হয়
समानार्थी : নৱম, ৯
अर्थ : যিটো বনোৱা, ওলোৱা বা প্রস্তুত কৰা বেছি দিন হোৱা নাই:বৈজ্ঞানিক ক্ষেত্রত ৰবট এক নতুন আৱিষ্কাৰ
उदाहरणे :
समानार्थी : অভিনৱ, নতুন, নবীন, নব্য, নৱ
अर्थ : আঠ যোগ এক
उदाहरणे : এই কলমটোৰ দাম ন টকা
समानार्थी : নৱ, ৯
स्थापित करा