सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিজনে ধাৰ ঋণ লৈছে
उदाहरणे : পুৰণি ঋণীসকলক বেংকে সোনকালে ঋণ জমা কৰিবলৈ কৈছে
समानार्थी : ঋণকর্তা, ঋণী
अर्थ : যিজনৰ কাৰোবাক কিবা দিবলৈ বাকী ৰৈ গৈছে
उदाहरणे : তেওঁ ্মোৰ ওচৰত ঋণী কিয়নো তেওঁৰ ্পৰা এতিয়াও এশ টকা পাবলৈ বাকী আছে
समानार्थी : ঋণী
अर्थ : যিজনে ঋণ লৈছে
उदाहरणे : বেংকে ঋণী সদস্যসকলক অনতিপলমে ঋণ জমা দিয়াৰ বাবে জাননী প্রেৰণ কৰিছে
समानार्थी : ঋণগ্রস্ত, ঋণী
स्थापित करा