सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : পৃথিৱীৰ একেবাৰে ওপৰৰ ভাগ
उदाहरणे : সম্পূর্ণ ধৰ্াতল জল আৰু স্থল এই দুই ভাগত বিভক্ত
समानार्थी : ভূ-তল, ভূ-পৃষ্ঠ, ভূ-ভাগ, মাটি, স্থলভাগ
अर्थ : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো
उदाहरणे : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব
समानार्थी : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ, সৃষ্টি
स्थापित करा