अर्थ : ধৰা কার্য
उदाहरणे :
তেওঁৰ ্ধৰাটো ঢিলা হোৱা কাৰণেই মাছটো পানীত জপিয়াই পৰিল
अर्थ : মনোভাব আদিক নিয়ন্ত্রণত ৰখা কার্য
उदाहरणे :
মায়ে ৰাতিপুৱাৰ পৰা ধৰা কথাটো দেউতা অহাৰ লগে লগেই উজাৰি দিলে
अर्थ : কিবা কৰি থকা কাৰোবাক কোনো বিশেষ কাৰণত বাধা দিয়া
उदाहरणे :
নিৰীক্ষকে নকল কৰি থকা পৰীক্ষার্থীক ধৰিলে
अर्थ : আক্রান্ত হোৱা
उदाहरणे :
মোৰ বেয়াকৈ পানীলগাই ধৰিছে
अर्थ : কʼৰবালৈ যাবৰ কাৰণে কোনো বাহন বা ৰাস্তাৰ ব্যৱহাৰ কৰা
उदाहरणे :
মুম্বাইলৈ যাবৰ কাৰণে মই দহ বজাৰ ৰেল ধৰিলো আমি তালৈ যাবৰ কাৰণে এখন ৰিক্সা লʼলোঁ
समानार्थी : লোৱা
अर्थ : কল্পনা কৰা
उदाहरणे :
আমি প্রশ্নৰ সমাধান কৰিবৰ কাৰণে ক আৰু খ-ক অজ্ঞাত ৰাশি স্থানত ধৰিছোঁ
समानार्थी : কল্পনা কৰা, ধৰি লোৱা
अर्थ : কʼৰবালৈ যাবৰ বাবে বাহন আদিৰ ওচৰ পোৱা
उदाहरणे :
পলম হোৱাৰ কাৰণে আমি দহ বজাৰ বাচ ধৰিব নোৱাৰিলো
अर्थ : কোনো বস্তু পৰি নোযোৱাকৈ বা এৰাব নোৱাৰাকৈ হাতত লোৱা কার্য
उदाहरणे :
ৰাস্তাটো পাৰ কৰাবৰ কাৰণে ককাদেউতাকে শিশুটোৰ হাতত ধৰিলে