सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
उदाहरणे : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
समानार्थी : অৱস্থা, গতি, গতিক, দশা, ধৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ
अर्थ : থকা বা বাস কৰাৰ ক্রিয়া বা ভাৱ
उदाहरणे : গাওঁ আৰু চহৰৰ ধৰণ-কৰণত বহুত প্রভেদ থাকে
समानार्थी : চাল-চলন
अर्थ : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ
उदाहरणे : তেওঁৰ ব্যৱহাৰ ভাল নহয়
समानार्थी : আচৰণ, আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ব্যৱহাৰ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ
अर्थ : মনৰ ভাব প্রকটিত হোৱা শৰীৰৰ এক স্থিতি
उदाहरणे : সহযাত্রীৰ আচৰণ দেখি আমি সচকিত হৈ পৰিলোঁ
समानार्थी : আচৰণ, ব্যৱহাৰ
स्थापित करा