सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
उदाहरणे : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
समानार्थी : অৱস্থা, গতি, গতিক, দশা, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ
अर्थ : এক ধৰণৰ অৱস্থা বা একে মূলৰ পৰা উৎপন্ন বস্তু, জীৱ আদিৰ এনেকুৱা বর্গ যি সেই বস্তুটোক অন্য বস্তু বা জীৱৰ পৰা পৃথক কৰে
उदाहरणे : এই বাগিছাখনত বিভিন্ন প্রকাৰৰ গোলাপ আছে
समानार्थी : কিচিম, তৰহ, প্রকাৰ
स्थापित करा