सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : উত্তৰ আকাশত সদায় একে ঠাইতে থকা তৰা, যি হিন্দু ধর্ম্্শাস্ত্র অনুসৰি উত্তানপাদৰ পুত্র
उदाहरणे : উত্তৰ আকাশত ধ্রুৱতৰা স্পষ্টকৈ দেখা পোৱা যায়
समानार्थी : ধ্রুৱতৰা
अर्थ : সদায় থাকোতা
उदाहरणे : ঈশ্বৰ শাশ্বত
समानार्थी : অক্ষয়, অচ্যুত, অজৰ-অমৰ, অজৰামৰ, অনন্ত, অনাদি, অন্তহীন, অবিনাশী, অব্যয়, অৱিনশ্বৰ, আৱহমান, কালাতীত, ক্ষয়হীন, চিৰন্তন, চিৰস্থায়ী, নাশহীন, নিত্য, শাশ্বত, শাশ্বতিক, শাশ্বতী, সনাতন
स्थापित करा