अर्थ : অনর্থ ্বা ধ্বংস কৰোঁতা
उदाहरणे :
গুজৰাটত হোৱা ধ্বংসকাৰী ভূমিকম্পই বহুতকে অনাথ কৰিলে
समानार्थी : প্রলংয়কাৰী, ্অনর্থ্্কাৰী
अर्थ : যিহৰ দ্বাৰা অৱনতি হয় বা যি অৱনতি কৰে
उदाहरणे :
চৰকাৰৰ নতুন আঁচনিবোৰ সমাজৰ কাৰণে ধ্বংসকাৰী বুলি প্রমাণ হʼল
समानार्थी : পতনমুখী
अर्थ : যি ধ্বংস কৰে
उदाहरणे :
বাৰুদ এবিধ ধ্বংসকাৰী বস্তু