सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ধূলি লগা বা ধূলি সনা
उदाहरणे : খেতিয়কজনে ধূলিধূসৰিত ধুতিখন পিন্ধি আছে
समानार्थी : ধূলি ধূসৰ, ধূসৰ
अर्थ : ধূলিৰে ভৰি থকা
उदाहरणे : ধুমুহা অহাৰ লগে লগেই গোটেই পৰিৱেশ ধূলিময় হৈ পৰিল
समानार्थी : ধূলিময়, ধূসৰ, ধূসৰিত
स्थापित करा