सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি লোক খুউব ধূর্ত
उदाहरणे : তোমাৰ দৰে টেঙৰৰ পৰা দূৰত থকাই ভাল
समानार्थी : চতুৰ, চালাক-চতুৰ, টেঙৰ, ধূর্ত্ত, ্চালাক
अर्थ : ঠগিবৰ বাবে কোনো প্রকাৰৰ মিছা অভিসন্ধি কৰা
उदाहरणे : ঠগ ব্যক্তি সকলৰ পৰা সদায় সতর্ক হৈ থাকিব লাগে
समानार्थी : ঠগ, প্রতাৰক, প্রৱঞ্চক, ্ছলনাকাৰী
स्थापित करा