अर्थ : উৎসৱ আদিত হোৱা আনন্দদায়ক পৰিস্থিতি
उदाहरणे :
চুবুৰিটোৰ মানুহৰ ধুমধাম দেখি গম পোৱা গৈছে যে তাত কিবা উৎসৱ আছে
समानार्थी : ধুমধাম
अर्थ : বৰ আড়ম্বৰপূর্ণ আয়োজন
उदाहरणे :
মঙ্গলীৰ বিয়া বৰ ধুম-ধামেৰ পতা হʼল