पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ধুনীয়া शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ধুনীয়া   বিশেষণ

अर्थ : যি সুন্দৰ আৰু আটক-ধুনীয়া

उदाहरणे : বিবাহ আদি উপলক্ষত সকলোলোকেই ধুনীয়াকৈ থকাৰ প্রয়াস কৰে

समानार्थी : ৰচকী

अर्थ : সকলোতকৈ সুন্দৰ

उदाहरणे : ইয়াৰ সুন্দৰতম মন্দিৰবোৰৰ ভিতৰত এই শিৱ মন্দিৰটোও পৰে

समानार्थी : আটকধুনীয়া, সুন্দৰতম

अर्थ : দেখিবলৈ ভাল আৰু শুৱনি লগা

उदाहरणे : আজিৰ বতৰ বৰ ধুনীয়া

समानार्थी : সুন্দৰ

अर्थ : অত্যন্ত সুন্দৰ

उदाहरणे : সীতাৰ লʼৰাটো বৰ ধুনীয়া

समानार्थी : সুচাৰু, সুশীল

अर्थ : যি দেখিবলৈ আকর্ষণীয় বা যাৰ অৱয়ব ভাল:তেওঁৰ ্ লʼৰাটো বৰ ধুনীয়া

उदाहरणे :

समानार्थी : চকু জুৰোৱা, চকুত চমকল লগোৱা, চকুত লগা, দেখনিয়াৰ, নয়ন জুৰোৱা, নয়নাভিৰাম, বিতোপন, মোহনীয়া, সুন্দৰ, সোণাৰি-গঢ়ী, ৰূপহ

चौपाल