सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি
उदाहरणे : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল
समानार्थी : জ্ঞান, ধীশক্তি, বিবেক, বুদ্ধি, মতি, মনীষা, মেধা
अर्थ : বুদ্ধিমান হোৱাৰ অৱস্থা বা ভাব
उदाहरणे : তেওঁ নিজৰ বুদ্ধিমত্তাৰেহে এই কামটোত সফল হʼল
समानार्थी : চতুৰতা, চাতুর্য, চাতুৰী, ধীশক্তি, বিচাৰ-বুদ্ধি, বুদ্ধি, বুদ্ধিমত্তা, বুধি, বুধি-সুধি, মতি, মেধা
स्थापित करा