सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি ডাঙৰ সংখ্যাত বা বৃহৎ মাত্রাত হঠাৎ বা প্রচণ্ড ৰূপত ওলায় আহে
उदाहरणे : তেওঁৰ মুখৰ পৰা ওলোৱা গালিৰ ধাৰা কমাই হোৱা নাই
समानार्थी : ধাৰ, প্রবাহ
अर्थ : বৈ যোৱা কার্য ্বা ভাব
उदाहरणे : তেওঁ ্পানীৰ ্সোঁতত উটি গʼল
समानार्थी : প্রবাহ, বেগ, সোঁত
अर्थ : কোনো বিধান বা আইনী গ্রন্থৰ সেই অংশ যʼত কোনো এক অপৰাধ, বিষয় বা কামৰ বিষয়ে কোনো কথা কোৱা হৈছে বা লিখা আছে
उदाहरणे : দফা ৪২০-ৰ অধীনত ঠগবাজিৰ শাস্তি বিহা হয়
समानार्थी : দফা, নিয়ম
अर्थ : এটাৰ পিছত এটা হৈ থকা ঘটনা বা একেলেথাৰিয়ে হৈ থকা বিচাৰ আদিৰ প্রভাৱশালী ক্রম
उदाहरणे : কাব্যানুষ্ঠানত কবিতাৰ প্রবাহে শ্রোতাক বান্ধি ৰাখিছিল
समानार्थी : প্রবাহ
अर्थ : বৈ থকা বা প্রৱাহিত হৈ থকা দ্রৱ
उदाहरणे : নদীৰ ্সোঁতক বাধাদি বান্ধ নির্মাণ কৰা হয়
समानार्थी : ধাৰ, প্রৱাহ, সোঁত
स्थापित करा