पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ধাৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ধাৰ   বিশেষ্য

अर्थ : মালিক পক্ষক পিছত পৰিশোধ কৰা কোনো বস্তু আদিৰ পৰিমাণ

उदाहरणे : এতিয়া কাপোৰৱালা মহাজনৰ মোৰ ওচৰত দুহাজাৰ টকাৰ ধাৰ আছে

अर्थ : যি ডাঙৰ সংখ্যাত বা বৃহৎ মাত্রাত হঠাৎ বা প্রচণ্ড ৰূপত ওলায় আহে

उदाहरणे : তেওঁৰ মুখৰ পৰা ওলোৱা গালিৰ ধাৰা কমাই হোৱা নাই

समानार्थी : ধাৰা, প্রবাহ

अर्थ : হঠাৎ জোৰেৰে অহা প্রৱাহ

उदाहरणे : পানীৰ লহৰবোৰ শিলত ঠেকা খাই আগুৱাই গৈ আছে

समानार्थी : লহৰ

अर्थ : ধাৰাল হাথিয়াৰৰ সেই অংশ যাৰ দ্বাৰা তাৰ উত্তমতা প্ৰকাশিত

उदाहरणे : এই তৰোৱালখনৰ পানী চাবলগীয়া

समानार्थी : পানী

अर्थ : কʼৰবাৰ পৰা বা কাৰোবাৰ পৰা সুত সহিত বা বিনা সুতেৰে পুনৰ ঘূৰাই দিয়াৰ চুক্তিত লোৱা ধন

उदाहरणे : তেওঁ ঘৰ ্সাজিবৰ কাৰণে বেংকৰ পৰা ঋণ লৈছে

समानार्थी : ঋণ

अर्थ : নির্দিষ্ট সময়ত ঘূৰাই দিম বুলি কাৰোবাৰ পৰা লোৱা কোনো বস্তু, টকা আদি

उदाहरणे : ৰামে কিতাপখন কিনিবৰ কাৰণে মোৰ পৰা এশ টকা ধাৰলৈ লʼলে

अर्थ : হাতিয়াৰ বা অস্ত্রৰ চোক

उदाहरणे : কটাৰীখনৰ ধাৰ নোহোৱা হʼল

अर्थ : বৈ থকা বা প্রৱাহিত হৈ থকা দ্রৱ

उदाहरणे : নদীৰ ্সোঁতক বাধাদি বান্ধ নির্মাণ কৰা হয়

समानार्थी : ধাৰা, প্রৱাহ, সোঁত

चौपाल