सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : প্রসূতিৰ যতন আৰু সেৱা-শুশ্রূষা কৰা কৰা স্ত্রী
उदाहरणे : চিকিৎসকে প্রসূতিৰ চোৱা-চিতাৰ কাৰণে এগৰাকী ধাই নিযুক্ত কৰিলে
समानार्थी : ধাই
अर्थ : আনৰ কেঁচুৱাক নিজৰ পিয়াহ খুৱাই প্রতিপাল কৰা স্ত্রী
उदाहरणे : মাকৰ মৃত্যুৰ পিছত এগৰাকী ধাত্রীৰ কোলাত শ্যাম ডাঙৰ-দীঘল হৈছিল
समानार्थी : ধাই, ধাই মা
स्थापित करा