पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ধাউতি शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ধাউতি   বিশেষ্য

अर्थ : কোনো ফালে প্রবৃত্ত হোৱাৰ কার্য ্বা ভাৱ

उदाहरणे : লʼৰাহঁতৰ কংগ্রেছৰ প্রতি ধাউতি আছে

अर्थ : কোনো বস্তু বা কথা অনুসৰি কৰা কার্যৰ ্পৰা হোৱা পৰিণাম বা ফল

उदाहरणे : আজিকালিৰ যুৱকসকলৰ ওপৰত পাশ্চাত্য সভ্যতাৰ অত্যধিক প্রভাৱ পৰিলক্ষিত হৈছে

समानार्थी : অনুৰাগ, আসক্তি, জেদ, টান, প্রবৃত্তি, প্রভাৱ, প্রৱণতা, মাইৰ, স্পৃহা

अर्थ : আসক্ত হোৱা ক্রিয়া বা ভাব

उदाहरणे : তেওঁৰ আসক্তি প্রেমলৈ পৰিণত হʼল

समानार्थी : অনুৰাগ, আসক্তি, ইচ্ছানুভূতি, টান, প্রবণতা, স্পৃহা, হাবিলাস, হাবিয়াহ

अर्थ : প্রাকৃতিকভাৱে কোনো কাম আদিত হোৱা ধাউতি

उदाहरणे : পঢ়াৰ প্রতি ধাউতি দেখি ্তেওঁক চহৰলৈ পঠোৱা হʼল

समानार्थी : অভিৰুচি, আগ্রহ, ইচ্ছা, মন, হাবিলাস, হাবিয়াস, ৰুচি

अर्थ : কোনো কথা কʼবৰ বা কোনো বস্তু পাবৰ কাৰণে ওপজা মনোবৃত্তি:মানুহৰ সকলো ইচ্ছাই পূর্ণ নহয় তেওঁৰ্ পঢ়াৰ প্রতি খুউব আগ্রহ

उदाहरणे :

समानार्थी : অভিপ্রায়, অভিলাষ, অভীপ্সা, আকাংক্ষা, আকুল, আকূতি, আগ্রহ, আশা, আশা-দশা, আশা-ভাৰসা, ইচ্ছা, ঈপ্সা, কামনা, খেয়াল, খেয়াল-খুচি, বাঞ্ছা, বাসনা, ভাৰসা, মন, মর্জি, মর্জ্জি, স্পৃহা, হাউচ, হাবিলাস, হাবিয়াস, হাবিয়াহ, হেঁ্পাহ

चौपाल