अर्थ : শিশুৰ চোৱাচিতা কৰা দাসী
उदाहरणे :
কাম-কাজত ব্যস্ত মহিলাসকলে নিজৰ শিশুৰ কাৰণে ধাই ৰাখে
अर्थ : কেঁচুৱা জন্ম দিয়াত সহায়তা কৰা স্ত্রী
उदाहरणे :
আজিকালি ্গাঁৱৰ ধাইসকলকো চৰকাৰী প্রশিক্ষণ দিয়া হয়
समानार्थी : ধাই মাতৃ
अर्थ : প্রসূতিৰ যতন আৰু সেৱা-শুশ্রূষা কৰা কৰা স্ত্রী
उदाहरणे :
চিকিৎসকে প্রসূতিৰ চোৱা-চিতাৰ কাৰণে এগৰাকী ধাই নিযুক্ত কৰিলে
समानार्थी : ধাত্রী