अर्थ : নিজৰ বিশ্বাসত দৃঢ় হৈ থকা ব্যক্তি
उदाहरणे :
ধর্মান্ধসকলে এখন ধার্মিক ঠাইত আক্রমণ কৰিলে
समानार्थी : ধর্মোন্মাদ
अर्थ : পৰম্পৰাগতভাৱে কোনো ধর্ম ্মানি চলা বা একো নভবা-নিচিন্তাকৈ বা চকু মুদি কোনো ধর্ম ্মানিচলাজন
उदाहरणे :
ধর্মান্ধ ব্যক্তি সমাজৰ কাৰণে ক্ষতিকাৰক হʼব পাৰে