अर्थ : জনসাধাৰণৰ ভালৰ কাৰণে নীতি-নিয়মৰ নির্দে্শনা কৰা ধর্মীয় গ্রন্থ
उदाहरणे :
মোৰ মায়ে আজৰি সময়ত শাস্ত্র অধ্যয়ন কৰে
समानार्थी : ধর্মপুথি, ধর্ম্্শাস্ত্র, পুথি, শাস্ত্র
अर्थ : কোনো ধর্মৰ শিক্ষা প্রদান কৰা গ্রন্থ বা কিতাপ অথবা ধর্ম সম্বন্ধীয় গ্রন্থ
उदाहरणे :
সকলো ধর্মগ্রন্থতে ঈশ্বৰৰ মহত্ত্বতা প্রতিষ্ঠাপিত কৰা হৈছে
समानार्थी : ধর্ম গ্রন্থ, ধর্ম-গ্রন্থ